Sunday, 28 February 2021

অন্যযুগ, মাৰ্চ, ২০২১

অন্যযুগ


উপদেষ্টামণ্ডলী
হোমেন বৰগোহাঞি‍
˚ পোনা মহন্ত
ডা˚ ধ্ৰুৱজ্যোতি বৰা

সম্পাদক
মৃদুল শৰ্মা (অবৈতনিক)

কাৰ্যবাহী সম্পাদক
ৰঞ্জুমণি মহন্ত (অবৈতনিক)

কলা সম্পাদক
˚ সঞ্জীৱ বৰা

বিভাগীয় পৰামৰ্শদাতা
আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক)
সিদ্ধাৰ্থ শংকৰ কলিতা

ব্যৱস্থাপক
অচিন্ত্য কুমাৰ মহন্ত

ব্যৱস্থাপনা সহযোগী
পংকজ কলিতা
দেৱজিৎ ভঁৰালী

প্ৰচ্ছদ
˚ সঞ্জীৱ বৰা

আৰ্হিপাঠৱেব্‌সজ্জা আৰু এণ্ড্ৰইড এপ্
দেৱভূষণ (অবৈতনিক)


সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)

প্ৰবন্ধ
কবিতা
চাৰি মাহৰ মালিতা
প্ৰাণ কঁপোৱা আন্ধাৰ, হঠাৎ স্ফুলিংগ ইত্যাদি‍ 
নিৰ্মাণ
অথবা প্ৰেম
প্ৰসাধন
শামুকৰ মালা
মিতালি‍-কল্যণ
খিট ধেই খিট টাও
শীতকথা
বজাৰ
নিজকে টুকুৰা টুকুৰ কৰি‍
তাপমাত্ৰা
শিশু-কিশোৰৰ চ’ৰা

সেউজপুৰৰ সাধু (শিশু ধাৰাবাহিক)
গল্প
উপন্যাস
চ্যালুইনৰ পৰা লুইতলৈ‍
অনুবাদ-শিল্প
বকচ্ছপৰ ঠিকনা
মূল বাংলা : কান্তাৰভূষণ নন্দী


অনুবাদ : কুমুদ ঘোষ
আত্মকথা
নিয়মীয়া শিতান
পাঠাগাৰ
মুকলি মঞ্চ
মন-বিষণ্ণতা-কৰ্ম

অন্যযুগৰ লেখক-লেখিকাসকললৈ‍
১) লেখাৰ লগত নিজৰ নামডাক ঠিকনাইমেইল ঠিকনাফেইচ্‌বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা 'অন্যযুগ'লৈ নপঠাব
৩) 'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়
৫)  যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা 'অন্যযুগ'লৈ পঠাওক


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ