Saturday, 1 May 2021

অন্যযুগ, মে’, ২০২১

অন্যযুগ/ মে', ২০২১


উপদেষ্টামণ্ডলী
হোমেন বৰগোহাঞি‍
˚ পোনা মহন্ত
ডা˚ ধ্ৰুৱজ্যোতি বৰা

সম্পাদক
মৃদুল শৰ্মা (অবৈতনিক)

কাৰ্যবাহী সম্পাদক
ৰঞ্জুমণি মহন্ত (অবৈতনিক)

কলা সম্পাদক
˚ সঞ্জীৱ বৰা

বিভাগীয় পৰামৰ্শদাতা
আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক)
সিদ্ধাৰ্থ শংকৰ কলিতা

ব্যৱস্থাপক
অচিন্ত্য কুমাৰ মহন্ত

ব্যৱস্থাপনা সহযোগী
পংকজ কলিতা
দেৱজিৎ ভঁৰালী

প্ৰচ্ছদ
˚ সঞ্জীৱ বৰা

আৰ্হিপাঠৱেব্‌সজ্জা আৰু এণ্ড্ৰইড এপ্
দেৱভূষণ (অবৈতনিক)


সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)

সাক্ষাৎকাৰ
ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে মুখামুখি‍
প্ৰবন্ধ
কয়লা আৰু পেট্ৰ’লিয়াম উদ্যোগৰ মৃত্যুঘণ্টা, অসমবাসীৰ কৰণীয়
কবিতা
ঘোং কথা
কাকতালীয়
বৰ্ষাবাস
শ্বেত
জোন, পানী তোলা তিৰোতাহঁত আৰু এখন বুকু
গান্ধী পাৰ্কৰ
শতৰু
নিৰ্বাসিত
খেৱালি জাল
এটি দেওলগা সোঁত
ঘাণ্টা
শিশু-কিশোৰৰ চ’ৰা

টিটিৰ বিচিত্ৰ অভিজ্ঞতা (শিশু-গল্প)
যুদ্ধ আৰু শান্তি‍ (শিশু-পদ্য)
ওমলা পদ্য
গল্প
উপন্যাস
চ্যালুইনৰ পৰা লুইতলৈ‍
অনুবাদ-শিল্প
আত্মকথা
নিয়মীয়া স্তম্ভ (অব্যাহৃত)
ফৌজদাৰী আইন ব্যৱস্থা, আৰক্ষীৰ তদন্ত আৰু কিছু কথা
চলচ্চিত্ৰ
নিয়মীয়া শিতান
পাঠাগাৰ

অন্যযুগৰ লেখক-লেখিকাসকললৈ‍
১) লেখাৰ লগত নিজৰ নামডাক ঠিকনাইমেইল ঠিকনাফেইচ্‌বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা 'অন্যযুগ'লৈ নপঠাব
৩) 'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়
৫)  যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা 'অন্যযুগ'লৈ পঠাওক


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ