Saturday, 31 July 2021

অন্যযুগ, আগষ্ট, ২০২১



উপদেষ্টামণ্ডলী
˚ পোনা মহন্ত
ডা˚ ধ্ৰুৱজ্যোতি বৰা

সম্পাদক
মৃদুল শৰ্মা (অবৈতনিক)

কাৰ্যবাহী সম্পাদক
ৰঞ্জুমণি মহন্ত (অবৈতনিক)

কলা সম্পাদক
˚ সঞ্জীৱ বৰা

বিভাগীয় পৰামৰ্শদাতা
আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক)
সিদ্ধাৰ্থ শংকৰ কলিতা

ব্যৱস্থাপক
অচিন্ত্য কুমাৰ মহন্ত

ব্যৱস্থাপনা সহযোগী
পংকজ কলিতা
দেৱজিৎ ভঁৰালী

প্ৰচ্ছদ
˚ সঞ্জীৱ বৰা

আৰ্হিপাঠৱেব্‌সজ্জা আৰু এণ্ড্ৰইড এপ্
দেৱভূষণ (অবৈতনিক)


সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)

পঢ়ুৱৈৰ চ'ৰা
বাঘৰাণী খইৰীপঢ়ি আন্দোলিত হৈছোঁ
ভোগকচু ভকেবুলাৰী : এক আলোচনা
                                                  বাব্‌লু প্ৰসাদ বৰুৱা
সাময়িক প্ৰসংগ
নিয়া (National Investigation Agency)ৰ বিষয়ে কিছু কথা
শিশুৰ কনা আৰু সুৰক্ষা
প্ৰবন্ধ
স্থিৰদৃষ্টি
জ্যোতিষসন্মত আৰু বিজ্ঞানসন্মত
অসমীয়া ভাওনা সংস্কৃতি : ঐতিহ্য, পৰম্পৰা উপাদান আৰু অন্যান্য প্ৰসঙ্গ
স্বয়ংচালিত যান, কৃত্ৰিম বুদ্ধিমত্তা আৰু উচ্চশ্ৰেণীৰ ৰাসায়নিক পদাৰ্থ 
গ্ৰন্থ-আলোচনা
 "মেঘমালাৰ ভ্ৰমণ"—ৰূঢ় সমাজ বাস্তৱৰ ভয়ঙ্কৰ সুন্দৰ শিল্পচিত্ৰ 
আত্মকথা
উলাহেৰে উভতি চাওঁ—১৭
অব্যাহৃত
কথাৰ কথাৰে 
কবিতা
কণ-কবিতা
পোহনীয়া চৰাইৰ শোক 
অমৃতাৰ সৈতে এটা সবাক সন্ধিয়া
ল-নহলৰ ছনেট
মকৰাজাল
ক্ষমা
এণ্টি কবিতা
বেলিকথা
তোমাকেই যি ক’লোঁ
ভ্ৰম-অন্তৰীক্ষ
গৃহবন্দী
মই আকৌ উভতি আহিব খোজোঁ
এজেবা কেঁচা নিমখ
এই আছোঁ, এই নাই
মৃত্যু নহয় শিল্প
ঠিকনা
গল্প
কৰিশ্মা জে. কে. বৈষ্ণৱী

অনুবাদ

মুকলি মঞ্চ
স্বাধীনতা : অধিকাৰ আৰু দায়িত্বৰ যুগলবন্দী
কেৰিয়াৰ
বেংক প্ৰবেশ্যনেৰি অফিচাৰ (Bank Probationary Officer) 
উপন্যাস
বছা বকুল
চ্যালুইনৰ পৰা লুইতলৈ
শিশু-কিশোৰৰ চ’ৰা

সম্পদ সংৰক্ষণ আৰু উন্নয়ন (ৰূপক)
কুনকুনিৰ বিজয় অভিযান
পৰোপকাৰী টিটি
দত কোনে কি কি কৰে
লাচিত বৰফুকন
সেউজীয়া ধৰণী                   গীতাঞ্জলি বৰকটকী
অকণিয়ে অঁকা ছবি
শিল্পকলা
আলোকচিত্ৰ




অন্যযুগৰ লেখক-লেখিকাসকললৈ‍
১) লেখাৰ লগত নিজৰ নামডাক ঠিকনাইমেইল ঠিকনাফেইচ্‌বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা 'অন্যযুগ'লৈ নপঠাব
৩) 'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়
৫)  যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা 'অন্যযুগ'লৈ পঠাওক


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ