Monday, 31 January 2022

অন্যযুগ, ফেব্ৰুৱাৰি, ২০২২


(বি‍জ্ঞান বিশেষ সংখ্যা)

উপদেষ্টামণ্ডলী
˚ পোনা মহন্ত
ডা˚ ধ্ৰুৱজ্যোতি বৰা

সম্পাদক
মৃদুল শৰ্মা (অবৈতনিক)

কাৰ্যবাহী সম্পাদক
ৰঞ্জুমণি মহন্ত (অবৈতনিক)

কলা সম্পাদক
˚ সঞ্জীৱ বৰা

বিভাগীয় পৰামৰ্শদাতা
আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক)
সিদ্ধাৰ্থ শংকৰ কলিতা

ব্যৱস্থাপক
অচিন্ত্য কুমাৰ মহন্ত

ব্যৱস্থাপনা সহযোগী
পংকজ কলিতা
দেৱজিৎ ভঁৰালী

প্ৰচ্ছদ
˚ সঞ্জীৱ বৰা

ৱেব্‌সজ্জা আৰু এণ্ড্ৰইড এপ্
দেৱভূষণ (অবৈতনিক)


সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)

সাক্ষাৎকাৰ
শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে 'অন্যযুগ'-ৰ কথোপকথন
প্ৰবন্ধ
মুক্ত বীক্ষণ
মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া
চিন্তন
নতুন ব্যঞ্জন বিচাৰি
বি‍জ্ঞান বিষয়ক প্ৰবন্ধ
ড° ৰমেশ চন্দ্ৰ গোস্বামী
ড° ৰক্তিম ৰঞ্জন শইকীয়া
ড° ৰাস্না ৰাজখোৱা
ড° জ্যোতিষ্মান দাস
ভাৰত বৰুৱা
বি‍জ্ঞান সাহিত্য বিষয়ক
মানস প্ৰতিম দত্ত
ড° অৰবিন্দ ৰাজখোৱা
আকাশ দীপ্ত ঠাকুৰ
সাহিত্য-সংস্কৃতি‍ বিষয়ক
প্ৰশান্ত মিশ্ৰ
ড° পুলক সভাপণ্ডিত
অব্যাহৃত
প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ
কবিতা
এই ভোগালীত
শিপা
গল্প
এটা মাল্টি কালাৰ্ড গল্প
মৰীচিকা
নৱ আলোকৰ উন্মেষ
এখন চুক্তিপত্ৰ আৰু দুটা হস্তাক্ষৰ
দা ডিজাইনাৰ বেবী
টক্-শ্ব’
অনুবাদ

কেৰিয়াৰ
ইলেকট্রিচিয়ান 
উপন্যাস
বচা বকুল
চ্যালুইনৰ পৰা লুইতলৈ‍
ড° চন্দ্ৰধৰ চমুৱা
শিশু-কিশোৰৰ চ’ৰা

সাক্ষাৎকাৰ
মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন
বুদ্ধিৰ সাগৰ বীৰবল
উদাৰমনা গছজোপা
মূল : The Giving Tree
চাৰিটা কণকবিতা (শিশু-কবিতা)
কেইটামান কণ কণ কবিতা (শিশু-কবিতা)
শিল্পকলা

গ্লাছ ফাইবাৰ আৰু পোৰামাটিৰ শিল্পকৰ্ম



অন্যযুগৰ লেখক-লেখিকাসকললৈ‍
১) লেখাৰ লগত নিজৰ নামডাক ঠিকনাইমেইল ঠিকনাফেইচ্‌বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা 'অন্যযুগ'লৈ নপঠাব
৩) 'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়
৫)  যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) ব্যক্তিগত ই-মেইল আৰু হোৱাটছ্এপৰ জৰিয়তে প্ৰেৰণ কৰা লেখা প্ৰকাশ কৰা নহ’ব 
৭) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা 'অন্যযুগ'লৈ পঠাওক


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ