Saturday, 30 November 2024

অন্যযুগ, ডিচেম্বৰ ২০২৪


উপদেষ্টা
˚  পোনা মহন্ত
ডা˚ ধ্ৰুৱজ্যোতি বৰা

সম্পাদক
মৃদুল শৰ্মা (অবৈতনিক )

কাৰ্যবাহী সম্পাদক
ৰঞ্জুমণি মহন্ত (অবৈতনিক)

কলা  সম্পাদক
˚   সঞ্জীৱ বৰা

বিভাগীয় পৰামৰ্শদাতা
আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক)
সিদ্ধাৰ্থ শংকৰ কলিতা

প্ৰকাশক
অচিন্ত্য কুমাৰ মহন্ত

প্ৰকাশন সহযোগী
দেৱজিৎ ভঁৰালী

প্ৰচ্ছদ
˚   সঞ্জীৱ বৰা

ৱেব্‌সজ্জা আৰু এণ্ড্ৰইড এপ্
দেৱভূষণ (অবৈতনিক)
                     কাকুল (অবৈতনিক)

Anyayug, An Assamese Monthly magazine edited by Mridul Sarma, published by Achintya Kr. Mahanta. Tarajan, Purani Gayan Gaon Path, Opposite to Nayara Petrol Pump, Jorhat, Assam. PIN 785001. email: anyayug@gmail.com


সূচীপত্ৰ
(লেখাসমূহৰ শিৰোনামত ক্লিক্ কৰি পঢ়িব পাৰিব)

সম্পাদকীয়
অসমীয়া ভাষাৰ ভৱিষ্যত 
ইতিহাস এষণা
প্ৰাক-ঔপনিৱেশিক আৰু ঔপনিৱেশিক-কালীন যোৰহাটৰ বুৰঞ্জী সাহিত্য চর্চা : এক অসম্পূর্ণ সমীক্ষা
মুক্ত বীক্ষণ
কৃষ্ণ আৰু গোৱৰ্ধন পৰ্বত আৰু মোগলকালীন চিত্ৰকলা
প্ৰবন্ধ
  প্ৰিয়দেৱ গোস্বামী
 বাসুদেব দাস
বাব্‌লু প্ৰসাদ বৰুৱা
গল্প
লংবুই পৰ্বত, লাং-ইক্‌ পি  আৰু কাজেক আইৰ উৰণীয়া সাধু
ছাইৰঙী আকাশ
ৰাগ বাহাৰ আৰু এখন কথা কোৱা কেনভাছ
কৌশল   
ধাৰাবাহিক উপন্যাস
মহাবৃত্ত
ধেৱাই ধোৱা ধৰণী
কবিতা
আত্মজীৱনী
ৰ'দে-বৰষুণে ইমান যে গান
চিনেমা
স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৬
প্ৰকৃতি‍
মলেঁয়া
মুকলি মঞ্চ
ভগৎ সিঙৰ নাস্তিকতা বানাম বৰ্তমানৰ বাবা সংস্কৃতি
বীৰেন মিস্ত্ৰীৰ সোঁৱৰণত : 
অনুবাদ
কেৰিয়াৰ
দুৰ্যোগ ব্যৱস্থাপনা (Disaster Management)
শিশু-কিশোৰৰ চ’ৰা
অচিন জগতত বাটলু
বতৰৰ বতৰা  
আঘোণ         

কাৰ্টুন

অঁ, সময়ত




অন্যযুগৰ লেখক-লেখিকাসকললৈ‍
১) লেখাৰ লগত নিজৰ নাম ডাক ঠিকনাইমেইল ঠিকনাফেইচ্‌বুক বা টুইটাৰ একাউণ্টৰ লিংক দিব
২) আন কাকত-আলোচনীলৈ পঠোৱা লেখা  'অন্যযুগ'লৈ নপঠাব
৩)  'অন্যযুগ'লৈ পঠোৱা লেখা তিনিমাহলৈ আন কাকত-আলোচনীলৈ নপঠাব
৪) ব্যক্তিগতভাৱে লেখকসকলক লেখা প্ৰকাশ কৰাৰ নিশ্চয়তা আগতীয়াকৈ জনোৱাটো সম্ভৱ নহয়
৫)    যিকোনো মাধ্যমত ইতিপূৰ্বে প্ৰকাশিত (ফেইচবুকেই হওক অথবা ছপা মাধ্যমতেই হওক) লেখা অন্যযুগত প্ৰকাশ কৰা নহয়৷ সম্পাদনাকক্ষই নিৰ্বাচন কৰা লেখাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব৷
৬) ব্যক্তিগত ই-মেইল আৰু হোৱাটছ্এপৰ জৰিয়তে প্ৰেৰণ কৰা লেখা প্ৰকাশ কৰা নহ’ব ৷ 
৭) আপোনালোকৰ সন্তানক লিখিবলৈ উৎসাহিত কৰক আৰু তেওঁলোকৰ লেখা  'অন্যযুগ'লৈ পঠাওক

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ